as_obs-tq/content/10/02.md

585 B

ফৌৰনে যেতিয়া ইস্ৰায়েলক যাবলৈ অমান্তি হৈছিল তেতিয়া ঈশ্বৰে কি কৰিছিল?

তেওঁ দহটা ভয়ানক মহামাৰী পঠিয়াইছিল।

ঈশ্বৰে ফৌৰণক সেই মহামাৰীৰ যোগেদি কি দেখুৱাব বিচাৰিছিল?

তেওঁ যে ফৌৰণ আৰু মিছৰত থকা সকলো দেৱতাবিলাকতকৈ শক্তিশালী।