as_obs-tq/content/01/10.md

16 lines
605 B
Markdown

# ঈশ্বৰে প্ৰথম মানুহ কেনেকৈ সৃষ্টি কৰিছিল?
ঈশ্বৰে তাক ধূলিৰে সৃষ্টি কৰিছিল।
# মানুহ কেনেকৈ জীয়া প্ৰাণী হৈছিল?
ঈশ্বৰে তেওঁৰ ভিতৰত জীৱন বায়ু দিছিল।
# মানুহৰ নাম কি আছিল?
আদম।
# ঈশ্বৰে আদমক কত ৰাখিছিল?
এখন বাগিচাত যত ঈশ্বৰে গছ ৰুইছিল।