as_obs-tq/content/01/10.md

605 B

ঈশ্বৰে প্ৰথম মানুহ কেনেকৈ সৃষ্টি কৰিছিল?

ঈশ্বৰে তাক ধূলিৰে সৃষ্টি কৰিছিল।

মানুহ কেনেকৈ জীয়া প্ৰাণী হৈছিল?

ঈশ্বৰে তেওঁৰ ভিতৰত জীৱন বায়ু দিছিল।

মানুহৰ নাম কি আছিল?

আদম।

ঈশ্বৰে আদমক কত ৰাখিছিল?

এখন বাগিচাত যত ঈশ্বৰে গছ ৰুইছিল।