as_tw/bible/other/trouble.md

4.1 KiB

সমস্যা, সমস্যাপূৰ্ণ, , সমস্যাগ্ৰস্ত, সমস্য সৃষ্টি কৰা জন,

সংজ্ঞা:

"সমস্যা" হৈছে জীৱনৰ এটা অভিজ্ঞতা যি অতি কঠিন আৰু পীড়াদায়ক। "সমস্যা" হৈছে কোনো জনে সাই জনক "আমনি কৰা" বা তেওঁক যন্ত্ৰণা দিয়া কাৰণ। "সমস্যাপূৰ্ণ" হোৱা অৰ্থ মৰ্মাহত অনুভৱ কৰা বা কোনো বিষয়ত যন্ত্ৰণা পোৱা।

  • সমস্যাই শাৰিৰীক, আবেগিক, বা আত্মিক বিষয়বোৰতো হব পাৰে যিয়ে এজন ব্যক্তিক ক্ষতি কৰে।
  • বাইবেলত ঈশ্বৰে বিশ্বাসীসকলৰ বিশ্বাস পৰিপক্ক আৰু তেওঁলোকৰ বিশ্বাস বৃদ্ধি হবলৈ কৰা পৰীক্ষাৰ সময়ত প্ৰায়েই সমস্যা আহিছিল।
  • পুৰণি নিয়মত "সমস্যা" শব্দটো অসৎ আৰু প্ৰত্যাখাত লোকসকলৰ ওপৰত অহা সুবিচাৰ বুজায়।

অনুবাদ পৰামৰ্শ

  • "সমস্যা" বা "সমস্যাবোৰ" এইদৰেও অনুবাদ কৰিব পাৰে "বিপদ" বা "বেদনাদায়ক বিষয় হব পাৰে" বা "তাড়না" বা "কঠিন অভিজ্ঞতা" বা "বেদনা।"
  • "সমস্যাপূৰ্ণ" শব্দটো এটা শব্দ বা শব্দসমষ্টি অৰ্থ লগত অনুবাদ কৰা হয় "বেদনা সহ্য কৰা" বা "ভীষণ কষ্ট অনুভৱ কৰা " বা "চিন্তা কৰা" বা "উদ্বিগ্ন" বা "বেদনা" বা "আতঙ্কগ্ৰস্ত" বা "বাধা দিয়া."
  • "তেওঁক কষ্ট নিদিবা" এইদৰেও অনুবাদ কৰিব পাৰে "তেওঁক আমনি নকৰিবা" বা "তেওঁক সমালোচনা নকৰিবা"
  • "বিপদৰ দিন" বাক্যটো বা "বিপদৰ সময় " এইদৰে অনুবাদ কৰিব পাৰে "আপুনাৰ বিপদৰ অভিজ্ঞতা হোৱা সময় " বা " কঠিন বিষয়বোৰ আপোনালৈ হোৱা সময়" বা "যেতিয়া ঈশ্বৰে কঠিন বস্তুবোৰ হব দিয়ে।"
  • "সমস্যা সৃষ্টি কৰা " বা "সমস্যা অনা" বাক্যৰ অনুবাদ কৰা দিশত "কঠিন কিবা হোৱাৰ কাৰণ " বা "সমস্যাৰ কাৰণ" বা "তেওঁলোকক অতি কঠিন কাৰ্য কৰাৰ অভিজ্ঞতা কৰোৱা"

(আৰু চাওক: প্ৰভাবিত, তাড়না)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H205, H598, H926, H927, H928, H1204, H1205, H1607, H1644, H1804, H1993, H2000, H2113, H2189, H2560, H2960, H4103, H5590, H5753, H5916, H5999, H6031, H6040, H6470, H6696, H6862, H6869, H6887, H7264, H7267, H7451, H7481, H7489, H7515, H7561, H8513, G387, G1298, G1613, G1776, G2346, G2347, G2350, G2360, G2553, G2873, G3636, G3926, G3930, G3986, G4423, G4660, G5015, G5016, G5182