as_tw/bible/other/sweep.md

2.6 KiB

আতঁৰাই দিয়া, দ্ৰুতবেগত আতৰাই দিয়া, ঝাড়ু দিয়া, সুদূৰপ্ৰসাৰিত

বাস্তৱ:

"আতৰাই দিয়া " বাক্যটো সাধাৰণতে ইয়াৰ অৰ্থ প্ৰশস্তৰ দ্বাৰা ধুলি আতৰোৱা, ব্ৰাশ বা ঝাড়ুৰে দ্ৰুত গতিবিধি কৰা। শব্দটো ৰ অতীত কাল হয়। এই শব্দটো ৰূপকভাৱেও ব্যৱহাৰ কৰা হয়।

  • শব্দটো এদল সৈন্য কিমান দ্ৰুতগতিত, ছলেৰে আৰু ব্যাপক পৰিহাৰেৰে আক্ৰমণ কৰিব আহে তাক বাস্তৱিকভাৱেই ব্যাখ্যা কৰে।
  • উদাহৰণস্বৰূপে, যিচয়া ভাববাদী কৈছিল যে, যিহূদাৰ ৰাজ্যৰ পৰা অচিৰীয়াক কৰা হব। তাৰ অৰ্থ তেওঁলোক যিহূদা দেশ ধ্বংস কৰিব আৰু তাৰ লোকসকলক বন্দী কৰিব।
  • শব্দটো দ্ৰুতগতিত বৈ যোৱা পানী বস্তুবোৰ ঠেলি আৰু সেইবোৰ আতৰাই লৈ যাবলৈ চাপ দিয়ে তাক ব্যাখ্যা কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে।
  • যেতিয়া অপ্ৰতিৰোধ, কোনো ব্যক্তিলৈ কঠিন কাৰ্ম হয়, তাক এইদৰে কব পাৰি তেওঁলোকে তেওঁৰ ওপৰত "সুদূৰপ্ৰসাৰিত কৰিছে।"

(আৰু চাওক: অচূৰীয়া, যিচয়া, যিহুদা, ভাববাদী)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H622, H857, H1640, H2498, H2894, H3261, H5500, H5502, H5595, H7857, H8804, G4216, G4563, G4951