as_tw/bible/other/subject.md

2.1 KiB

বিষয়, বিষয়বোৰ, অধীন, সাপেক্ষে, সাপেক্ষে কৰা, উপবিষয়, লগোৱা, অধীন, অধীন, নিয়োজিত, উপজেদিত

বাস্তৱ:

যদি দ্বিতীয় ব্যক্তিজনে প্ৰথম ব্যক্তিজনক শাসন কৰে, তেনেহলে এজন ব্যক্তি আন এজন ব্যক্তিৰ বাবে এটা "বিষয়" হয়। "বিবেচনাধীন হোৱা" মানে "বাধ্য" বা "কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পন কৰা।"

  • "পৰাধীন হোৱা" এই বাক্য কোনো নেতা বা শাসক কৰ্তৃপক্ষৰ অধীনত হোৱা বুজায়।
  • "কোনোজন কোনো বিষয়লৈ" অৰ্থাৎ সেই ব্যক্তিৰ শাস্তিৰ দৰে কোনো ঋণাত্মক অনুভৱ কাৰণে।
  • কিছুমান সময়ত "বিষয়" শব্দটো কোনো বিষয়ৰ প্ৰসঙ্গ বা কেন্দ্ৰবিন্দু বুজাৱলৈ ব্যৱহাৰ কৰা হয়, যেনে "আপুনি উপহাসৰ বিষয় হব।"
  • "বিবেচনাধীন" বাক্যটোৰ অৰ্থ "অনুবৰ্তী হোৱা" বা "সমৰ্পন কৰা"

(আৰু চাওক: সমৰ্পণ কৰা)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1697, H3533, H3665, H4522, H5647, H5927, G350, G1379, G1396, G1777, G3663, G5292, G5293