as_tw/bible/other/snare.md

3.9 KiB

ফাঁন্দ, ফাঁন্দত পেলোৱা, ফাঁন্দ,

সংজ্ঞা:

"ফাঁন্দ" আৰু "জাল" জন্তুক ধৰিবলৈ ব্যৱহাৰ কৰা আৰু সিহঁতক পলোৱাৰ পৰা ধৰি ৰখা উপায়টোক বুজায়। "ফাঁন্দ" বা "ফান্দত পালোৱা " ফাঁন্দ দি ধৰা, আৰু "জাল" বা "ফাঁন্দত ধৰা " জাল দি ধৰা। বাইবেলত, এই উক্তিটো পাপ আৰু প্ৰলোভনে কেনেকৈ গোপনভাবে ফাঁন্দ পাতি মানুহক ধৰি অনিষ্ট কৰে তাৰ বিষয়ে ৰূপক অৰ্থত ব্যৱহাৰ কৰা হৈছিল।

  • "ফাঁন্দ" হৈছে ৰছীৰ loop বা যেতিয়া এটা প্ৰাণী তাত ঠেং ভৰায় তেতিয়া হঠাত তাঁৰটো টানি টান কৰা।
  • "ফাঁন্দ" সাধাৰণতে ধাতু বা কাঠেৰে তৈয়াৰী আৰু দুটা ভাগ থাকে যিটো প্ৰাণী এটাই যাতে পলাই নাযায় সেয়ে তাক ধৰিবলৈ হঠাত আৰু বলেৰে একেলগে দুয়োটা ভাগ বন্ধ কৰা হয়। কিছুমান সময়ত নিৰ্দেশ অনুযায়ী তৈয়াৰ কৰা ফান্দ এটাত গভীৰ গাঁত হব পাৰে যাতে কিবা তাত পৰিলে ধৰিব পাৰি।
  • সাধাৰণতে ফান্দ বা জাল গোপনে পতা হয়, যাতে শিকাৰ আক্মিকভাবে ধৰা হয়।
  • "ফান্দ পতা " বাক্যাংশৰ অৰ্থ কিবা ধৰিবলৈ ফান্দ তৈয়াৰ কৰা।
  • "ফান্দত পৰা" গভীৰ গাঁতত পৰা বা খান্দি ৰখা গাঁত আৰু কোনো প্ৰাণী ধৰিবলৈ লুকাই থকাটোক বুজায়।
  • কোনো ব্যক্তি অধৰ্মচাৰী কাৰ্য কৰিবলৈ আৰম্ভ কৰি বন্ধ কৰা নাই তেওঁক এইদৰে বাখ্যা কৰিব পাৰি "পাপৰ ফান্দত পৰা " এইদৰে ৰূপক প্ৰসঙ্গত প্ৰাণী ফান্দত পৰিব পাৰে আৰু ৰক্ষা পাব নোৱাৰে।
  • কেৱল এটা প্ৰাণী হিচাপে বিপদগ্ৰস্ত আৰু ফান্দত থকাৰ দ্বাৰাই যন্ত্ৰণা পায়, সেয়ে ব্যক্তি এজন পাপৰ ফান্দত পৰি পাপৰ দ্বাৰাই অনিষ্ট হয় আৰু মুক্ত কৰাৰ প্ৰয়োজন হয়।

(আৰু চাওক: মুক্ত, শিকাৰ, চয়তান, প্ৰলোভন)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2256, H3353, H3369, H3920, H3921, H4170, H4204, H4434, H4685, H4686, H4889, H5367, H5914, H6315, H6341, H6351, H6354, H6679, H6983, H7639, H7845, H8610, G64, G1029, G2339, G2340, G3802, G3803, G3985, G4625