as_tw/bible/other/slander.md

1.8 KiB

অপবাদ, অপবাদ দিয়া

সংজ্ঞা:

অপবাদ নেতিবাচক গঠিত, আন এজনৰ বিষয়ে কিবা নিন্দা কৰি কোৱা। (লিখিত নহয়) এনে বিষয় সম্পৰ্কে কোনো এজনৰ বিষয়ে সেই লোক নিন্দা কৰি কয়। (তেওঁলোকক লিখিত নিদিয়ে) পৰনিন্দা কৰি কোৱা লোক হৈছে অপবাদকাৰী।

  • অপাবাদ মিছা বা সঁচা অভিযোগ হব পাৰে, কিন্তু ইয়াৰ কাৰণে আন লোকসকলে সেই নিন্দিত ব্যক্তিক নেতিবাচকভাবে চিন্তা কৰা হয়। "অপবাদ" এই দৰে অনুবাদ কৰিব পাৰি "বিৰুদ্ধে কোৱা " বা "দুষ্টতাৰ বৰ্ণনা বিস্তাৰ কৰা " বা "নিন্দা কৰা"
  • অপবাদকাৰীক "গুপ্তচৰ" বা কোৱা হয়।

(আৰু চাওক: ধৰ্মনিন্দা)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1681, H1696, H1848, H3960, H5006, H5791, H7270, H7400, H8267, G987, G988, G1228, G1426, G2636, G2637, G3059, G3060, G6022