as_tw/bible/other/shame.md

2.7 KiB

লাজ, লাজ দিয়া, লজ্জিত, লজ্জাজনক, লজ্জাজনকভাবে, লজ্জাহীন, নিৰ্লজ্জভাবে, লজ্জিত, নিৰ্লজ্জ

সংজ্ঞা:

"লাজ" শব্দটো এটা বেদনাদায়ক অনুভূতি, অপমানজনক কিবা হোৱাৰ কাৰণে কোনো ব্যক্তি নিন্দিত হয় বা তেওঁ বা কোনো ব্যক্তিয়ে অনুপযুক্তভাবে কিবা কৰাক বুজায়।

  • "লজ্জাজনক" "অনুপযুক্ত" হয় বা "অসন্মানীয়"
  • "লজ্জিত" শব্দটো কোনো ব্যক্তি যেতিয়া কিবা লজ্জাজনক কাৰ্য কৰে তেতিয়া তেওঁ কেনে অনুভৱ কৰে তাক ব্যাখ্যা কৰে।
  • "লাজ পোৱা " এই বাক্যৰ অৰ্থ পৰাজিত লোক বা তেওঁলোকৰ পাপ প্ৰকাশ পোৱাৰ বাবে তেওঁলোক নিজে লজ্জিত অনুভৱ কৰা।
  • যিচয়া ভাববাদী কৈছিল যে, যিসকলে মুৰ্ত্তী সাজে আৰু আৰাধনা কৰে তেওঁলোক লাজত পৰিব।
  • সেই ব্যক্তিৰ পাপ প্ৰকাশ কৰা আৰু তেওঁক লাজত পোৱাৰ দ্বাৰাই যি জনে অনুতাপ নকৰে ঈশ্বৰে সেই ব্যক্তিক লাজত পেলাব আনিব

(আৰু চাওক: অসত্য দেৱতা, নম্ৰ, হীন কৰা, যিচয়া, অনুতাপ কৰা, পাপ, আৰাধনা)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H937, H954, H955, H1317, H1322, H2616, H2659, H2781, H3001, H3637, H3639, H3640, H6172, H7022, H7036, H8103, H8106, G127, G149, G152, G153, G422, G808, G818, G819, G821, G1788, G1791, G1870, G2617, G3856, G5195