as_tw/bible/other/scepter.md

2.2 KiB

ৰাজদণ্ড, ৰাজদণ্ড

সংজ্ঞা:

"ৰাজদণ্ড" শব্দটো অলঙ্কৃত লাঠি বা শাসনকৰ্ত্তা যেনে ৰজাই ব্যৱহাৰ কৰা লাখুটি।

  • ৰাজদণ্ড প্ৰকৃততে ক্ষোদিত কৰি সজোৱা গছৰ এটা ডাল আছিল। পৰৱৰ্ত্তি সময়ত সোণৰ দৰে বহুমূল্য ধাতুৰেও ৰাজদণ্ড গঢ়া হৈছিল।
  • ৰাজদণ্ড ৰজাৰ সৈতে জড়িত এটা ৰাজপদ,ক্ষমতা,সন্মান,আৰু মৰ্যদাৰ প্ৰতিক।
  • পুৰনি নিয়মত, ঈশ্বৰক ধাৰ্ম্মীকতাৰ ৰাজদণ্ডৰ অধিকাৰী হিচাপে বৰ্ণনা কৰা পোৱা যায়, কাৰণ ঈশ্বৰে ৰজাৰ দৰে নিজ লোকসমূহৰ ওপৰত শাসন কৰে।
  • পুৰণি নিয়ত এটা ভাববাণী মশীহ ৰাজদণ্ডৰ প্ৰতীকস্বৰুপ যি জন ইস্ৰায়েল জাতিৰ পৰা আহি সমগ্ৰ দেশসমূহৰ ওপৰত শাসন কৰিব।
  • এই শব্দটো "শাসনকাৰী দণ্ড" বা "ৰজাৰ দণ্ড" এইদৰেও অনুবাদ কৰিব পাৰি।

(আৰু চাওক: ক্ষমতা, খ্ৰীষ্ট, ৰজা, ধাৰ্মিক)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2710, H4294, H7626, H8275, G4464