as_tw/bible/other/sackcloth.md

2.5 KiB

চটকাপোৰ

সংজ্ঞা:

চটকাপোৰ মোটা আৰু খহটা আছিল, এই কাপোৰ ছাগলী নোম বা উটৰ নোমেৰে তৈয়াৰী কৰা খহটা প্ৰকাৰৰ কাপোৰ আছিল।

  • ইয়াৰ দ্বাৰা তৈয়াৰী কাপোৰ পৰিধান কৰা লোকে অস্বচ্ছন্দ হব। বিলাপ, শোক, নম্ৰতা বা অনুতাপ প্ৰকাশ কৰিবলৈ চটকাপোৰ পৰিধান কৰা হৈছিল।
  • কোৱা হয়, সাধাৰণভাৱে শোক আৰু নম্ৰতা প্ৰকাশ কৰিবলৈ "চটকাপোৰ আৰু ছাঁয়" ঐতিহ্য প্ৰথা আছিল।

অনুবাদ পৰামৰ্শ :

  • এই বাক্যটো "জন্তুৰ নোমৰ অমশৃণ কাপোৰ" বা "খহটা, মোটা বস্ত্ৰ." বুলি অনুবাদ কৰিব পাৰি।
  • আনহাতে এই বাক্যটো "খহটা, মোটা বিলাপৰ কাপোৰ" এইদৰে অনুবাদ কৰিব পাৰি।
  • "চটকাপোৰ আৰু ছাঁয়ৰ ওপৰত বহা" এই বাক্যটোক "অমশৃণ কাপোৰ পিন্ধি, ছাঁয়ত বহি বিলাপ আৰু নম্ৰতা প্ৰকাশ কৰা" এইদৰে অনুবাদ কৰিব পাৰি।

(আৰু চাওক: নজনা কথাবোৰ আমি কেনেকৈ অনুবাদ কৰিম)

(আৰু চাওক: ছাঁয়, ঊট, ছাগলী, নম্ৰ, শোক, অনুতপ্ত, সঙ্কেত)

বাইবেলত উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8242, G4526