as_tw/bible/other/biblicaltimeday.md

2.3 KiB

দিন, দিনবোৰ

সংজ্ঞা:

“দিন” শব্দটো আক্ষৰিক অৰ্থত আৰম্ভণীৰ পৰা সূৰ্যাস্তলৈ দীৰ্ঘস্থায়ী ২৪ ঘণ্টা সময় কালক নিৰ্দেশ কৰে৷ এইটো ৰূপক অৰ্থটো ব্যৱহাৰ হয়৷

  • উদাহৰণ হিচাবে ইস্ৰায়েলী আৰু ইহুদীসকল, তেওঁলোকৰ এটা দিন আৰম্ভ হয় দিনটোৰ সূৰ্য অস্তৰ পৰা পাছদিনাৰ সূৰ্য অস্তলৈকে৷
  • কেতিয়াবে “দিন” শব্দটো ৰূপক অৰ্থত দীৰ্ঘ সময় কালক নিৰ্দেশ কৰিবৰ বাবে উল্লেখ কৰা হয়, উদাহৰণ স্বৰূপে “যিহোৱাৰ দিন” বা “অন্তিম সময়”৷
  • কিছুমান ভাষাত ভিন্ন ভাব প্ৰকাশৰ বাবে অনুবাদ কৰোতে ইয়াক ৰূপক অৰ্থত ব্যৱহাৰ কৰা হয় বা কেতিয়াবা “দিন” শব্দটো অ-ৰূপক অৰ্থটো অনুবাদ কৰা হয়৷
  • আন কিছুমান অনুবাদত প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি “দিন” শব্দটো “সময়” বা “কাল” বা “ঘটনা” বা “কৰ্মসূচী” বুলিও অন্তৰ্ভুক্ত কৰিব পাৰি৷

(পুনৰ চাওক: সোধবিচাৰৰ দিন, অন্তিম দিন)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3117, H3118, H6242, G2250