as_tw/bible/other/barren.md

1.9 KiB

বন্ধ্যা

সংজ্ঞা:

“বন্ধ্যা” শব্দৰ অৰ্থ হ’ল অনুৰ্বৰ বা নিষ্ফলা৷

  • মাটি বা দেশ বন্ধ্যা মানে হ’ল কোনো শস্যৰ উৎপাদন নোহোৱা৷
  • এজনী মহিলা বন্ধ্যা মানে হ’ল তেওঁ শাৰীৰিক ভাবে গৰ্ভধাৰণ কৰিবলৈ অক্ষম বা সন্তান জন্ম দিবৰ বাবে অক্ষম৷

অনুবাদ উপদেশবোৰ:

  • যেতিয়া “বন্ধ্যা” ব্যৱহাৰ কৰা হয়, তেতিয়া উল্লেখ কৰা ঠাই খন “অনুৰ্বৰ” বা “নিষ্ফলা” বা “গছ-গছনি নথকা” এনেদৰেও অনুবাদ কৰোতে অন্তৰ্ভক্ত কৰি ল’ব পাৰি৷
  • যেতিয়া এইটো বন্ধ্যা মহিলাৰ ক্ষেত্ৰত উল্লেখ কৰা হয়, তেতিয়া ইয়াক “সন্তানহীন” বা “সন্তান জন্ম দিবৰ বাবে অক্ষম” বা “সন্তান গৰ্ভধাৰণ কৰিবলৈ অক্ষম” বুলিও অনুবাদ কৰিব পাৰি৷

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H4420, H6115, H6135, H6723, H7909, H7921, G692, G4723