as_tw/bible/other/arrogant.md

1.6 KiB

অহংকাৰ, দৰ্পী, দাম্ভিকতা

সংজ্ঞা:

“অহংকাৰী” শব্দটোৰ অৰ্থ গৰ্ব, অহংকাৰ” শব্দটোৰ অৰ্থ গৰ্ব, সাধাৰণতে বাহ্যিক উপায়েৰে এইটোৱে সুস্পষ্ট৷

  • এজন অহংকাৰী মানুহে প্ৰায়ে নিজৰ বিষয়ে দম্ভ কৰে৷
  • অহংকাৰী লোকসকলে সাধাৰণতে ভাবে যে আন লোকসকল সিমান প্ৰয়োজনীয় নহয় বা নিজকে বুধিয়ক বুলি ভাবে৷
  • সেই লোকসকলে ঈশ্বৰক সন্মান নকৰে আৰু সেই লোকসকল তেওঁৰ বিৰুদ্ধে যোৱা অপৰাধী, কাৰণ ঈশ্বৰ কিমান মহান সেই বিষয়ত তেওঁলোকৰ জ্ঞান নাই৷

(পুনৰ চাওক: জ্ঞান, দম্ভ, গৰ্ব)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1346, H1347, H6277