as_tw/bible/other/anguish.md

1.6 KiB

যন্ত্রণা

সংজ্ঞা:

"যন্ত্রণা" শব্দটো কঠোৰ ব্যথা বা মৰ্মপীড়া বুজাই ।

  • যন্ত্রণা শাৰীৰিক বা আবেগপূৰ্ণ ব্যথা বা মৰ্মপীড়াও হব পাৰে।
  • প্রায়েই মানুহে জোনবিলাক চৰম যন্ত্রণাত থাকে তেওঁবিলাকে নিজৰ মুখত আৰু আচৰণত দেখা যাব।
  • উদাহৰণ‍সৰুপে, এজন ব্যক্তি কঠোৰ ব্যথা বা যন্ত্রণাত আছে তেওঁ নিজৰ দাত কাকৰ কৰিব বা কান্দিব।
  • " যন্ত্রণা " শব্দতো " আবেগপূৰ্ণ মৰ্মপীড়া" বা "গভীৰ দুখ" নাইবা "কঠোৰ ব্যথা" লৈও অনুবাদ কৰিব পাৰি।

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2342, H2479, H3708, H4164, H4689, H4691, H5100, H6695, H6862, H6869, H7267, H7581, G928, G3600, G4928