as_tw/bible/other/angry.md

2.0 KiB

ক্রোধ ,কুপিত, ক্রুদ্ধ

সংজ্ঞা:

"ক্রুদ্ধ হোৱা" বা "ক্রোধ থকা" অৰ্থটোৱে কোনো লোকৰ ওপৰত বা কোনো বিষয়ৰ ওপৰত বিৰোধী হৈ সুখী নোহোৱা, বিৰক্ত হোৱা আৰু মৰ্মাহত হোৱা বুজাই।

  • যেতিয়া মানুহে ক্ৰোধ কৰে, তেওঁলোক প্রায়েই পাপী আৰু স্বাৰ্থপৰ হয়, কিন্তু কেতিয়াবা তেওঁলোকৰ ওচৰত ধাৰ্মিক ক্রোধ থাকে অবিচাৰ বা নিপীড়নৰ বিৰোদ্ধে।
  • ঈশ্বৰৰ ক্রোধ ("কোপ" বুলিও কোৱা হয়) পাপৰ সম্বন্ধে দৃঢ়কৈ অসন্তোষ প্রকাশ কৰে।
  • "ক্রোধলৈ উত্তেজিত কৰা " বাক্যটো "ক্রুদ্ধৰ কাৰণ " বুজায়।

(আৰু সাওক: কোপ)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H599, H639, H1149, H2152, H2194, H2195, H2198, H2534, H2734, H2787, H3179, H3707, H3708, H3824, H4751, H4843, H5674, H5678, H6225, H7107, H7110, H7266, H7307, G23, G1758, G2371, G2372, G3164, G3709, G3710, G3711, G3947, G3949, G5520