as_tw/bible/other/ambassador.md

3.0 KiB

ৰাষ্ট্ৰদূত, দূত, প্রতিনিধি,প্রতিনিধিসকল

সংজ্ঞা:

জাক সৰকাৰি ভাবে নিৰ্বাচন কৰা হয় অভিনয়ৰ কাৰণে নিজৰ দেশক বিদেশি সম্পৰ্কিত তাক ৰাষ্ট্ৰদূত বুলি কোৱা হয়। এই শব্দতো গালভৰা অনুভুতিতো বব্যহাৰ কৰিব পাৰি আৰু কেতিয়াবা সাধাৰণতে "প্রতিনিধি" হিচাপেও অনুবাদ কৰা হয়।

  • এজন ৰাষ্ট্ৰদূত বা প্রতিনিধিয়ে মানুহক ব্যক্তিৰ পৰা বা জাক সৰকাৰে পঠাই সংবাদন দিয়ে।
  • বেচি সাধাৰণ প্ৰসংগ " প্রতিনিধি "তাক উল্লেক কৰা হৈছে জাক কাম বা কবলৈ অধিকাৰ দিয়া হৈছে তাৰ পক্ষে জোনে প্রতিনিধিত্বমূলক কৰি আছে।
  • দূত পৌলে খ্ৰীষ্টবিলাক খ্ৰীষ্টৰ " ৰাষ্ট্ৰদূত" বা " প্রতিনিধি " হয় বুলি সিকায়ছিল যেতিয়াৰ পৰা তেওঁলোক খ্ৰীষ্টক এই পৃথিৱীত প্রতিনিধি কৰা হৈছে আৰু অন্যান্যক তেওঁৰ বাণী সিকায়।
  • এই প্ৰসংগক নির্ভৰ কৰি, এই প্ৰসংগতোক " সৰকাৰি প্রতিনিধি " বা"নিজুক্তি বাৰ্তাবহ" বা " নিজুক্তি প্রতিনিধি " বা "ঈশ্বৰৰ নিজুক্তি প্রতিনিধি" বুলি অনুবাদ কৰিব পাৰি।
  • এটা "প্রতিনিধিদলৰ দূত" টো "কিছু কর্মকর্তা বার্তাবহ" বা "নিজুক্তি প্রতিনিধিৰ দল" বা " কর্মকর্তা দলৰ মানুহ সকলো মানুহৰ কাৰণে কবলৈ" অনুবাদ কৰিব পাৰি।

(আৰু চাওক: অজানাক কেকেকৈ অনুবাদ কৰে)

(আৰু চাওক: বার্তাবহ)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3887, H4135, H4136, H4397, H6735, H6737, G4243