as_tw/bible/other/amazed.md

3.2 KiB

বিস্মিত, আশ্চর্য, বিস্মিত, বিস্ময়, খাওযাৰ, আশ্চৰ্য, অবিশ্বাস্য, আশ্চৰ্য, বিস্ময়েৰ

সংজ্ঞা:

এই প্ৰসংগবোৰ বহুত আশ্চৰ্য হোৱা লৈ বুজাইছে কিছু অসাধাৰণ ঘটাৰ কাৰনে।

  • কিছুমান এই শব্দবোৰ গ্রীক অনুবাদিত অভিব্যক্তি যি "আশ্চৰ্যত তাড়িত হোৱা" বা "আতৰি যোৱা (নিজৰ)পৰা" বুজাই। এই অভিব্যক্তিবোৰ কেনেকৈ ইমান আশ্চৰ্য বা বিস্মিত সেই মানুহজনে অনিভূতি কৰিছে দেখায়। অন্যান্য ভাষাবোৰৰো আভিব্যক্তি কৰা উপায় থাকিব পাৰে।
  • সাধাৰণতে জোনতো ঘটনা আশ্চৰ্য আৰু বিস্ময় হোৱাইছে সেইটো এটা আলৌকিক ঘটনা আছিল জোনতো কেবল ঈশ্বৰে কৰিব পাৰে।
  • এই প্ৰশংগবোৰৰ অৰ্থ অনুভূতিৰ বিশৃঙ্খলো অন্তৰ্ভূক্ত কৰিব পাৰি কাৰণ যি ঘটিচে সেইটো সম্পূৰ্ণভাবে অপ্রত্যাশিত।
  • এই শব্দবোৰ অনুবাদ কৰা অন্যান্য উপায় সমূহ " অত্যন্ত বিস্মিত" বা "বহুত আশ্চৰ্যজনক" হব পাৰে।
  • সংশ্লিষ্ট শব্দবোৰ অন্তৰ্ভূক্ত "অবিশ্বাস্য" (আশ্চর্যজনক, বিস্ময়কৰ), "আশ্চর্য," আৰু "বিস্মিয়" হয়।
  • সাধাৰনতে,এই প্রসংগবোৰ ধনাত্মক আৰু প্রকাশ কৰে যে যি ঘটিচে সেইবোৰৰ বাবে মানুহবোৰ বহুত সুখী ।

(আৰু চাওক: আলৌকিক ঘটনা, চিহ্ন)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H926, H2865, H3820, H4159, H4923, H5953, H6313, H6381, H6382, H6383, H6395, H7583, H8047, H8074, H8078, H8429, H8539, H8540, H8541, H8653, G639, G1568, G1569, G1605, G1611, G1839, G2284, G2285, G2296, G2297, G2298, G3167, G4023, G4423, G4592, G5059