as_tw/bible/other/acquit.md

1.8 KiB

নিৰ্দোষ প্ৰমাণ কৰা, নিজকে প্ৰতিপন্ন কৰা, মুকলি পোৱা

সংজ্ঞা:

“নিৰ্দোষ প্ৰমাণ কৰা” বিষয়টোৰ অৰ্থ হ’ল, আনুষ্ঠানিকভাবে কোনো এজন ব্যক্তিয়ে বেআইনী নহয় বুলি বা ব্যভিচাৰী স্বাভাবত অভিযুক্ত কোনোৱে নিজকে নিৰ্দোষী বুলি দেখুওৱা৷

  • এই পৰিভাষাটো বাইবেলত কেতিয়াবা কেতিয়াবা পাপীবোৰৰ ক্ষমা দিয়া বিষয়ে ব্যৱহাৰ হয়।
  • প্ৰায়ে যিসকল লোকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা আৰু পাপী লোকক ভুলকৈ মুক্তি দিয়া এই প্ৰসংগটো হয়।
  • এইটো এনেদৰে অনুবাদ কৰা হওক "নিৰ্দোষী ঘোষণা কৰা" বা “দোষৰ বিচাৰ নকৰা”।

(চাওহক: ক্ষমা, দোষ, পাপ)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3444, H5352, H5355, H6403, H6663