as_tw/bible/other/acacia.md

1.9 KiB

চিটীম

সংজ্ঞা

“চিটীম” শব্দটোৱে সাধাৰণ গুল্ম জাতীয় গছক বুজা যায় বা প্রাচীন কালত কানান দেশত বাঢ়ি যোৱা গছ; আজিও সেই অঞ্চলত এই গছ অধিক পৰিমাণে আছে।

  • কমলা-বাদামী ৰঙৰ চিটীম গছৰ কাঠ বহুত কঠিন আৰু স্থিতিশীল, ইয়াক অট্টালিকা নিৰ্মানৰ বস্তু হিচাপে ব্যৱহাৰ কৰা হয়৷
  • এই কাঠ অতি উচ্চ ক্ষয় প্ৰতিৰোধী, কাৰণ ই অতি বেছি পৰিমাণে পানী ধৰি ৰাখে আৰু প্ৰাকৃতিক ভাবে ক্ষয় হোৱাৰ পৰা সংৰক্ষিত হোৱা৷
  • বাইবেল মতে, চিটীম কাঠ যজ্ঞবেদি আৰু নিয়ম চন্দুক বনোৱা কামতহে ব্যৱহৃত হয়।

(চাওহক: নজনাবোৰ কেনেকৈ অনুবাদ হ’ব)

(চাওহক: নিয়ম চন্দুক, যজ্ঞবেদি)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H7848