as_tw/bible/names/zedekiah.md

2.2 KiB

চিদিকিয়া

বাস্তৱ:

যোচিয়াৰ পুত্ৰ চিদিকিয়া যিহূদাসকলৰ অন্তীম ৰজা আছিল। (597-587 B.C.). পুৰণি নিয়মৰ বহুতো লোকসকলৰ নাম চিদিকিয়া আছিল।

  • ৰজা যিহোৱাকিমক বন্দী কৰি বাবিলত লৈ যোৱাৰ পাছত ৰজা নবূখদনেছৰে চিদিকিয়াক ৰজা নিযুক্ত কৰিছিল। পাছত চিদিকিয়া বিদ্ৰোহী হৈছিল আৰু তাৰ পৰিণতি স্বৰূপে নূখদনেছৰে তেওঁক বন্দী কৰি সমগ্ৰ যিৰূচালেমক ধ্বংস কৰিছিল। Kenaanah পুত্ৰ চিদিকিয়া ইস্ৰায়েলীসকলৰ ৰজা আহাবৰ কাৰ্য্যকালৰ সময়ত ভুৱা ভাববাদী আছিল।
  • এজন লোকৰ নাম চিদিকিয়া আছিল নহিমিয়াৰ সময়ত যিসকলে যিহোৱালৈ এটা চুক্তিত চহী কৰিছিল।

(অনুবাদ পৰামৰ্শ: নামসমূহ অনুবাদ)

(আৰু চাওক: আহাব, বাবিল, Ezekiel, ইস্ৰায়েল ৰাজ্য, যিহোৱাকিম, যিৰিমিয়া, যিচূৱা, যিহূদা, নবূখদনেচৰ, নহিমিয়া)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H6667