as_tw/bible/names/zechariahot.md

2.7 KiB

জখৰিয়া (OT)

বাস্তৱ:

জখৰিয়া এজন পাৰচীয়াৰ ৰজা দাৰিয়াবছৰ ৰাজত্ব্যৰ সময়ত ভাববাণী কোৱা ভাববাদী আছিল। পুৰণি নিয়মৰ জখৰিয়া পুস্তকত তেওঁৰ ভাবৱাণী অন্তৰ্ভুক্ত আছে, নিৰ্বাসিত যিসকল ঘুৰি আহিছিল মন্দিৰ পুনৰণিৰ্মাণ কৰাৰ আহ্বান জনাইছিল।

  • ইজ্ৰা, নহিমিয়া, জৰুবাবিল আৰু হগ্গয়ৰ একে সময়তে ভাববাদী জখৰিয়াও আছিল। তেওঁ অন্তিম ভাববাদী হিচাপেও যীচুৰ দ্বাৰাই উল্লেখিত যি জনক পুৰণি নিয়মৰ সময়ত হত্যা কৰা হৈছিল।
  • দায়ূদৰ সময়ত মন্দিৰৰ দুৱৰী এজনৰ নাম জখৰিয়া আছিল।
  • ৰজা যিহোচাফটৰ পুত্ৰৰ নাম জখৰিয়া আছিল, তেওঁ তেওঁৰ ভাই যিহোৰামৰ দ্বাৰাই হত্যা হৈছিল।
  • জখৰিয়া এজন পুৰোহিতৰ নাম আছিল, তেওঁ ইস্ৰায়েলী লোকসকলৰ দেৱতা পূজাৰ বিৰোদ্ধে তিৰস্কাৰ কৰাৰ কাৰণে শিল দলিয়াই তেওঁক হত্যা কৰা হৈছিল।
  • যিৰোৱামৰ পুত্ৰ ৰজা জখৰিয়া আছিল আৰু তেওঁৰ হত্যাৰ পূৰ্বে কেৱল ছয়মাহ ইস্ৰায়েলৰ ওপৰত ৰাজত্ব্য কৰিছিল। .

(অনুবাদ পৰামৰ্শ: নামসমূহ অনুবাদ)

(আৰু চাওক: দাৰিয়াবচ, ইজ্ৰা, যিহোচাফট, যিৰোবাম, নহিমিয়া, জৰিবাবিল)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2148