as_tw/bible/names/tubal.md

1.4 KiB

তুবল

বাস্তৱ:

পুৰণি নিয়মত বহুতো লোকসকলৰ নাম তুবল আছিল।

  • এজন যাফেৎৰ পুত্ৰৰ নাম আছিল তুবল।
  • এজনৰ নাম "তুবল কৈন " তেওঁ লেমেকৰ পুত্ৰ আৰু কৈনৰ বংশধৰ আছিল।
  • ভাববাদী যিচয়া আৰু যিহিষ্কেলৰ দ্বাৰাই উল্লেখিত মানুহৰ দল এটাৰ নামো আছিল তুবল।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: কৈন, বংশধৰ, যিহিষ্কেল, যিচয়া, যাফেৎ, লেমেক, মানুহৰ দল, ভাববাদী)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8422, H8423