as_tw/bible/names/titus.md

1.8 KiB

তীত

বাস্তৱ:

তীত গোষ্ঠীগত আছিল। প্ৰাচীন মণ্ডলীসমূহৰ পৰিচালক হবলৈ তেওঁ পৌলৰ দ্বাৰাই প্ৰশিক্ষণ পোৱা আছিল।

  • নতুন নিয়মৰ এটা পুস্তক তীত পৌলৰ দ্বৰাই লিখা এখন চিঠি।
  • কিৰিয়ত দ্বীপত থকা মণ্ডলীৰ বাবে নেতা নিযুক্ত কৰিবলৈ পৌলে তীতক এই চিঠিত নিৰ্দেশ দিছিল।
  • তেওঁৰ আন কিছুমান চিঠি খ্ৰীষ্টিয়ানসকললৈ, পৌল তীতৰ দৰে আন কোনো ব্যক্তি উৎসাহ আৰু আনন্দ দিয়া উল্লেখ কৰে।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: নিযুক্ত, [বিশ্বাস, মণ্ডলী, চুন্নৎ, ক্ৰীট, বৃদ্ধ, উৎসাহ, নিৰ্দেশ, মন্ত্ৰী)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G5103