as_tw/bible/names/jebusites.md

1.7 KiB

যিবূচ, যিবূচীয়া, যিবূষীয়াসকল

তথ্য:

যিবূষীয়েরা ছিল কনান দেশে বাস করা একটি জনগোষ্ঠি । তেওঁলোক কানানর পুত্ৰ হামৰ বংশধৰ আছিল।

  • যিবূচীয়াসকলে যিবূচৰ নগৰত বসবাস কৰিছিল, আৰু ৰজা দায়ুদে যেতিয়া ইয়াক জয় কৰিলে, তেতিয়া ইয়াৰ নাম সলনি হৈ পাছত যেৰুচালেম হয়।
  • চালেমৰ ৰজা মল্কিচেদক সম্ভবতঃ প্রকৃততে যিবুচীয়া লোক আছিল।

(অনুবাদের পরামর্শ: কিভাবে নামগুলো অনুবাদ করবেন)

(পুনর চাওক: কনান, হ্যাম, যিৰুচালেম, মল্কিচেদক)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2982, H2983