as_tw/bible/names/herodias.md

1.7 KiB

হেৰোডীয়া

তথ্য:

হেৰোডীয়া আছিল যোহন বাপ্তাইজকৰ সময়ত যিহুদীয়াৰ হেৰোড এণ্টিপাচৰ পত্নী।

  • প্রকৃততে হেৰোডীয়া আছিল হেৰোড এণ্টিপাচৰ ভাই ফিলীপৰ পত্নী, কিন্তু পাছত তেওঁ বিধান বহির্ভুতভাবে হেৰোড এণ্টিপাচৰ লগত বিবাহ হয়।
  • যোহন বাপ্তাইজকে হেৰোড আৰু হেৰোডীয়াৰ বিধান বহির্ভুত বিবাহৰ বাবে বাধা দিছিল। এই কাৰণতে, হেৰোডে যোহন বাপ্তাইজকক কাৰাগাৰত বন্দী কৰি ৰাখিছিল আৰু হেৰোডীয়াৰ কাৰণে অৱশেষত শিৰচ্ছেদ কৰিছিল।

(অনুবাদ উপদেশ: কেনেকৈ নামবোৰ অনুবাদ কৰিব)

(পুনৰ চাওক: হেৰোড এণ্টিপাচ, যোহন বাপ্তাইজক))

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G2266