as_tw/bible/names/hamor.md

1.9 KiB

হামোৰ

তথ্যবোৰ:

হামোৰ আছিল চুখৰৰ ওচৰত থকা চিটীম চহৰত বসবাস কৰা এজন কানানীয়া লোক, য’ত যাকোব আৰু তেওঁৰ পৰিয়াল বাস কৰিছিল। তেওঁ আছিল এজন হিবিটিয়া

  • যাকোবে হামোৰ পুত্ৰসকলৰ পৰা পৰিয়ালক মৈদাম দিবলৈ এটুকুৰা মাটি কিনিছিল।
  • তাতে তেওঁলোকে, হামোৰ পুত্ৰ চিখীম যাকোবৰ জীয়েকদীনাক ধৰ্ষণ কৰিছিল।
  • দীনাৰ ভাইসকলে হামোৰৰ পৰিয়ালৰ ওপৰত প্ৰতিশোধ ল’লে আৰু চিখীম চহৰৰ সকলো লোককে বধ কৰিলে।

(অনুবাদের পরামর্শ: নামবোৰ কেনেকৈ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: কানান, হিবিটীয়া, যাকোব, চীখিম, চূখ)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2544