as_tw/bible/names/goliath.md

1.8 KiB

গলিয়াথ

তথ্যবোৰ:

গলিয়াথ আছিল পেলেষ্টীয়াসকলৰ সৈন্য বাহিনীৰ এজন অতি ওখ আৰু অতিকায় সৈন্য, যাক দায়ুদৰ দ্বাৰা বধ কৰা হৈছিল৷

  • গলিয়াথ দুই আৰু তিনি মিটাৰৰ মাজত ওখ আছিল৷ তেওঁক দৈত্য বুলি উল্লেখ কৰা হৈছিল কাৰণ তেওঁৰ শৰীৰ বৃহৎ আকাৰৰ আছিল৷
  • গলিয়াথৰ উত্তম অস্ত্ৰ-শস্ত্ৰবোৰ আছিল আৰু দায়ুদতকৈ বৃহৎ আছিল, ঈশ্বৰে গলিয়াথক পৰাজিত কৰিবৰ বাবে শক্তি আৰু যোগ্যতা দিছিল৷
  • ইস্ৰায়েলীসকলে গলিয়াথৰ ওপৰত হোঊা দায়ুদৰ ফলাফলক পেলেষ্টীয়াসকলৰ ওপৰত হোৱা আচৰিত কৰ্ম বুলি ঘোষণা কৰিছিল৷

(অনুবাদ পৰামৰ্শবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰিব)

(পুনৰ চাওক: দায়ুদ, পেলেষ্টীয়াসকল)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1555