as_tw/bible/names/eden.md

1.8 KiB

ইডেন, ইডেন বাগিছা

তথ্যবোৰ:

প্রাচীন কালত ইডেন আছিল এটা এলেকাৰ এখন বাগান য’ত ঈশ্বৰে প্রথম পুৰুষ আৰু নাৰীক বাস কৰিবলৈ ৰাখিছিল।

  • ঈশ্বৰে আদম আৰু ইভক য’ত বাস কৰিবলৈ ৰাখিছিল সেয়া মাত্ৰ ইডেনৰ এটা অংশহে আছিল।
  • ইডেন অঞ্চলৰ সঠিক অবস্থান যদিও এতিয়ালৈ নিৰ্ণয় হোৱা নাই কিন্তু তাইগ্রিস আৰু ইউফ্রেটিস নদী এতিয়াও প্রবাহিত হৈ আছে।
  • "ইডেন" শব্দটি হিব্রু শব্দ যার অর্থ ' মহা আনন্দ করতে সময় লাগবে। ' থেকে আসে

(অনুবাদৰ উপদেশ: কেনেকৈ নামবোৰ অনুবাদ কৰিব)

(পুনৰ চাওক: আদম, ইউফ্ৰেটিচ নদী, ইভ)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H5729, H5731