as_tw/bible/names/cush.md

2.1 KiB

কুচ

তথ্যবোৰ:

কুচ হ’ল নোহৰ পুত্ৰ হামৰ ডাঙৰ সন্তান৷ তেওঁ আছিল নিমৰোদৰো পুৰ্বপুৰুষ৷ ইজিপ্ত আৰু কানান নামেৰে তেওঁৰ দুজন ভাই আছিল৷

  • পুৰণি নিয়মৰ সময়ত “কুচ” আছিল ইস্ৰায়েলৰ দক্ষিণ দেশৰ এটা বৃহৎ অঞ্চলৰ নাম৷ সম্ভৱতঃ এই দেশৰ নাম হামৰ পুত্ৰ কুচৰ নামেৰে পাছত হৈছিল৷
  • বিভিন্ন সময়ত কুচ প্ৰদেশে দেশৰ এটা অঞ্চলক আবৰি আছিল, ইয়াৰ অন্তৰ্গত অংশৰ আধুনিক দিনৰ ৰাষ্ট্ৰবোৰ হ’ল, চুদান, ইজিপ্ত, ইথ’পিয়া, আৰু সম্ভৱতঃ চৌদি আৰৱ৷
  • গীতমালাত আন এজন কুচৰ নাম উল্লেখ আছে৷ তেওঁ আছিল এজন বিন্যামীনিয়া৷

(অনুবাদ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: আৰবীয়, কান্না, ইজিপ্ত, ইথিঅ’পিয়া)

বাইবেল নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3568, H3569, H3570