as_tw/bible/names/beelzebul.md

1.7 KiB

বেলচেবুব

তথ্যবোৰ:

বেলচবুব হ’ল চয়তান বা ভুতৰ আন এটা নাম৷ কেতিয়াবা ইয়াৰ বানানটো “বেলজেবুব”ৰ দৰেও হয়৷

  • এই নামৰ আক্ষৰিক অৰ্থ হ’ল “মাখিৰ প্ৰভু”, “ভুতবোৰৰ ৰজা”৷ কিন্তু এই শব্দটোৰ ভাল অনুবাদ হ’ব ওচৰৰ মূল শব্দ গাঠনিতকৈও বৰং অৰ্থমুলক অনুবাদটোহে উত্তম হ’ব৷
  • এইটো অনুবাদ কৰোতে কেনেকৈ স্পষ্ট হয় ইয়াকে নিৰ্দেশ কৰিবৰ বাবে “চয়তান বেলচবুব” বুলিও কৰিব পাৰি৷
  • এই নামৰ সৈতে ইক্ৰোণৰ মিছা দেৱতা “বাল-জবুব”ৰ নামৰ সম্পৰ্ক আছে৷

(অনুবাদৰ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: ভুত, ইক্ৰোণ, চয়তান)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G954