as_tw/bible/names/ashkelon.md

2.0 KiB

আস্কোলন

তথ্যবোৰ:

বাইবেলৰ সময়ত আস্কোলন আছিল পেলেষ্টাইনৰ এখন মূখ্য চহৰ, ই ভুমধ্য সাগৰৰ উপকুলীয় অঞ্চলত অৱস্থিত৷ ই এতিয়াও ইস্ৰায়েলত আছে৷

  • আস্কোলন আছিল পেলেষ্টাইনৰ পাঁচ খন প্ৰয়োজনীয় চহৰৰ ভিতৰত এখন, ইয়াৰ সৈতে আছে আচদোদ, ইক্ৰোণ, গাদ, আৰু গাজা৷
  • ইস্ৰায়েলী সকলে আস্কোলনৰ লোকসকলক সম্পূৰ্ণ ৰূপে জয় কৰিব পৰা নাছিল, আনকি পৰ্বতীয়া ৰাজ্য যিহূদা ৰাজ্য অধিকৃত আছিল৷
  • এক শ বছৰৰ বাবে পেলেষ্টীয়াসকলৰ দ্বাৰা আস্কোলন পুনৰ অধিকৃত হৈছিল৷

(অনুবাদৰ উপদেশবোৰ: নামবোৰ অনুবাদ কৰা)

(পুনৰ চাওক: আচদোদ, কানান, ইক্ৰোণ, গাদ, গাজা, পেলেষ্টাইন, ভুমধ্য সাগৰ)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H831