as_tw/bible/names/arabah.md

2.3 KiB

আৰব

তথ্যবোৰ:

পুৰণি নিয়মত “আৰব” পৰিভাষাটোৰে প্ৰায়ে অতি বিশাল মৰুভুমিক নিৰ্দেশ কৰা হয় আৰু জৰ্দন নদীৰ চাৰিওফালে আৱৰি থকা সমতলীয় উপত্যকা অঞ্চল আৰু লোহিত সাগৰৰ উত্তৰৰ পৰা দক্ষিণলৈ প্ৰসাৰিত অঞ্চলক নিৰ্দেশ কৰে৷

  • এই মৰুভুমি অঞ্চলেদি যাত্ৰা কৰিছিল ইস্ৰায়েলী সকলে ইজিপ্তৰ পৰা কানান দেশলৈ যোৱা তেওঁলোকৰ দীঘলীয়া ভ্ৰমণৰ৷
  • “আৰব সাগৰ” অনুবাদ কৰোতে “আৰব মৰুভুমি অঞ্চলত অৱস্থিত সাগৰ” বুলিও অনুবাদ কৰিব পৰা যায়৷ এই সাগৰক প্ৰায়ে “লৱণ সাগৰ” বা “মৃত সাগৰ” বুলিও উল্লেখ কৰা হয়৷
  • “আৰব” শব্দটোৰে যি কোনো মৰুভুমি অঞ্চলকে সাধাৰণতে নিৰ্দেশ কৰা হয়৷

(অনুবাদ উপদেশবোৰ: নামবোৰ অনুবাদ কৰা)

(পুনৰ চাওক: মৰুভুমি, সমুদ্ৰৰ নল বন, জৰ্দান নদী, কানান, লৱণ সাগৰ, ইজিপ্ত)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1026, H6160