as_tw/bible/names/annas.md

2.0 KiB

আন্না

সংজ্ঞা:

আন্নাচ এজন জেৰুজালেমৰ ইহুদি মহাপুৰোহিত আছিল 10 বছৰৰ কাৰণে,আন্দাজমতে AD 6 ৰ পৰা AD15 লৈ। তাৰপিচত তেওঁক অপসাৰিত কৰা হল মহাপুৰোহিত পক্ষৰ পৰা ৰোমিয় চৰকাৰৰ দ্বাৰা,যদিও তেওঁ প্ৰভাবশালী নেতা হোৱা অব্যাহত ৰাখিলে ইহুদিৰ মাজত।

  • আন্নাচ চিয়াফাচৰ শহুৰেক আছিল, কৰ্মকৰ্তা মহাপুৰোহিত যীচুৰ মন্ত্রকৰ সময়ত।
  • মহাপুৰোহিত অপসৃত হোৱাৰ পাচত,তেওঁলোক এটিয়াও উপাধিতো থৈছে,দপ্তৰৰ দায়িত্ব কিছুমানৰ সৈতে,আন্নাচ এতিয়াও মহাপুৰোহিত হিচাপে উল্লেখ কৰা যায় চিয়াফাচ আৰু অন্যান্য বিলাকৰ সময়ত।
  • তেওঁৰ পৰীক্ষাৰ সময়ত ইহুদি নেতাৰ আগত,যীচুক প্রথমত অন্নাচৰ আগত আনা হৈছিল সোধপোচাৰ কাৰণে।

(অনুবাদ পৰামৰ্শ: কেনেকৈ নাম অনুবাদ কৰে)

(আৰু সাওক: মহাপুৰোহিত, পুৰোহিত)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G452