as_tw/bible/names/amaziah.md

2.5 KiB

অমচিয়াহ

তথ্য:

যেতিয়া ৰজা যোয়াচক, হত্যা কৰা হৈছিল, তেতিয়া অমযি়য়াহক যুদাহ ৰাজ্য ওপৰত ৰজা পাতা হৈছিল।

  • ৰজা অমযিয়াহ যুদাহৰ ওপৰত উনত্রিচ বছৰ ৰাজত্ব কৰিছিল, 796 খ্ৰীচ্তপূৰ্ব 767 খ্ৰীচ্তপূৰ্ব লৈ।
  • তেওঁ এজন ভাল ৰজা আছিল, কিন্তু তেওঁ উখ স্থানবোৰ যত মুৰ্তি পুজা কৰে ধংস কৰা নাছিল।
  • অৱশেষত অমযিয়াহে সেই সকলো মানুহক মৃত্যুলৈ পঠিয়ালে জোনবিলাক তেওঁৰ পিতৃৰ হত্যাৰ দায়ী আছিল।
  • তেওঁ বিদ্রোহী এদোমাইত বিলাকক পৰাজয় কৰিলে আৰু যুদাহৰ ৰাজ্যৰ নিয়ন্তনৰ ভিতৰত ঘুৰাই আনিলে।
  • তেওঁ ৰজা যিহোচক আহ্বান কৰিলে যুদ্ধক্ষেএলৈ,কিন্তু পৰাজয় হল। জেৰুজালেমৰ দেৱালৰ অংশবোৰ ভাঙি পৰিলে আৰু ৰুপ আৰু সোণৰ বদনা মন্দিৰৰ পৰা চুৰ কৰা হল।
  • বহু বছৰৰ পাছত ৰজা অমযিয়াহ ইয়াহৱেহৰ পৰা ঘুৰিলে আৰু জেৰুজালেমৰ নির্দিষ্ট মানুহ এজনে একেলগে অঙ্কিত কৰিলে আৰু হত্যা কৰিলে।

(অনুবাদ পৰামৰ্শ: অনুবাদ নামসমূহ)

(আৰু চাওক: যোৱাচ, এদম)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H558