as_tw/bible/names/ahasuerus.md

1.6 KiB

অহচবেৰচ

তথ্যবোৰ

অহচবেৰচ এজন ৰজা আছিল, যি জনে প্ৰাচীন পাৰস্য ৰাজ্যত বিশ বছৰ কাল ৰজত্ব কৰিছিল।

  • সেই সময়ত ইহুদীসকলে বেবিলনত দাসত্বৰ জীৱন-যাপন কৰিছিল, এইদৰে পাৰস্য শসনৰ তলতীয়া হৈ পৰিছিল।
  • এই ৰজা জনৰ আন এটা নাম আছিল অটক্ষেত্ৰ।
  • পাছত ক্রোধম্বিত হৈ তেওঁৰ ৰাণীক পঠিয়াই দিলে, ৰজা অহচবেৰচে পাছত তেওঁৰ নতুন পত্নী আৰু ৰাণী হিচাবে ইষ্টেৰ নামৰ ইহুদী মহিলা এজনীক মনোনীত কৰি ল’লে।

(অনুবাদ উপদেশবোৰ: নামবোৰ অনুবাদ কৰা)

(চাওহক: বেবিলন, ইষ্টেৰ, ইথিঅ’পিয়া, নিৰ্বাসিত, পাৰস্য)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H325