as_tw/bible/names/abimelech.md

2.6 KiB

অবিমেলক

সত্যবোৰ

অব্রাহম আৰু ইচাহকে যি সময়ত কানান দেশত বাস কৰিছিল, তেতিয়া গেৰৰ শাসন পেলেষ্টনী ৰজা অবিমেলক আছিল।

  • অব্ৰাহামে পত্নী চাৰাক তেওঁৰ ভনী বুলি কোৱাৰ দ্বাৰা ৰজা অবিমেলকক প্ৰতাৰণা কৰিছিল।
  • বেৰচেবাত কুৱাঁৰ বিষয়ত অব্ৰাহাম আৰু অবিমেলকে চুক্তি কৰিছিল।
  • বহু বছৰ পাছত ইচাহকেও অবিমেলকক প্ৰতাৰণা কৰিছিল আৰু ৰিবেকা তেওঁৰ পত্নী নহয়, তেওঁৰ ভনী বুলি গেৰৰ আন এজন ব্যক্তিক কৈছিল।
  • ৰজা অবিমেলকে অব্ৰাহামক তিৰস্কাৰ কৰিছিল আৰু পাছত ইচাহকেও তেওঁক মিছা কৈছিল।
  • অবিমেলকৰ নামৰ অনুসাৰে আন ব্যক্তিও আছে, এজন গিদিয়নৰ পুত্র আৰু এজন যোথামৰ ভাই।কিছুমান অনুবাদত শব্দ গাঠনিত নামৰ সাধাৰণ পাৰ্থক্য আছে, এই পাৰ্থক্যি মুকলিকৈ দেখুৱাই যে ৰজা অবিমেলকতকৈ তেওঁ অন্য এজন ব্যক্তি।

(অনুবাদ উপদেশ: নামবোৰ কেনেকৈ অনুবাদ কৰা হব)

(চাওহক: বেৰচেবা, গেৰ, গিদিয়ন, যোথাম, পেলেষ্টানীসকল)

বাইবেল প্রসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H40