as_tw/bible/names/aaron.md

3.4 KiB

হৰোণ

সত্য:

হাৰোণ মোছিৰ ডাঙৰ ভাই (ককায়েক) আছিল। ঈশ্বৰে হাৰোণক ইস্রায়েলৰ লোকসকলৰ বাবে প্রথম মুখ্য পুৰোহিত হিচাপে নিৰ্বাচন কৰিছিল।

  • ইস্ৰায়েলীসকলক মুক্ত কৰি নিবৰ বাবে ফৰৌণৰ লগত মোচীয়ে কথা কওঁতে হাৰোণে সহায় কৰিছিল।
  • ইস্ৰায়েলী সকলে যেতিয়া মৰুপ্ৰান্তৰেদি গৈ আছিল, তেতিয়া হাৰোণে লোকসকলৰ আৰাধনাৰ বাবে মূৰ্তি নিৰ্মানৰ যোগেদি পাপ কৰিছিল।
  • ঈশ্বৰে হাৰোণকো নিযুক্ত কৰিছিল আৰু তেওঁৰ বংশধৰ সকলৰ পুৰোহিত ইস্ৰায়েলী লোক সকলৰ পুৰোহিত হৈছিল।

(অনুবাদ উপদেশ: নামবোৰ কেনেকৈ অনুবাদ কৰিম)

(চাওহক: পুৰোহিত, মোচী, ইস্ৰায়েল)

বাইবেল প্ৰসংগ সমূহ:

বাইবেলৰ কাহিনীৰ পৰা উদাহৰণবোৰ:

  • 09:15 ঈশ্বৰে মোচীক সাৱধান কৰি দিয়া আৰু হাৰোণ ফৰৌণ কঠিন হৈছিল।
  • 10:05 ফৰৌণে মোচীক মাতিলে আৰু হাৰোণ আৰু তেওঁলোকক ক’লে যে, উৎপাতবোৰ বন্ধ হ’লে তেওঁলোকে ইজিপ্তৰ পৰা যাব পাৰিব।
  • 13:09 ঈশ্বৰে মোচীৰ ভাই হাৰোণক মনোনীত কৰিলে, হাৰোণ, আৰু হাৰোণৰ বংশধৰসকল তেওঁৰ পুৰোহিত হ’ল।
  • 13:11 গতিকে তেওঁলোকে (ইস্ৰায়েলীসকলে) সোণ আনিলে হাৰোণ আৰু তেওঁলোকৰ বাবে এটা মূৰ্তি তাৰ পৰা বনাবৰ বাবে তেওঁলোকক আনিব ক’লে!
  • 14:07 তেওঁলোকে (ইস্ৰায়েলী সকলে) মোচীৰ সৈতে খং কৰিছিল আৰু__হাৰোণ__ আৰু ক’লে, "হায়, কিয় আমাক এনে কষ্টকৰ ঠাইলৈ আনিলা?"

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H175, G2