as_tw/bible/kt/saint.md

2.2 KiB

সাধু, সাধুসকল

সংজ্ঞা:

"সাধু" শব্দটোৰ প্ৰকৃত অৰ্থ "পবিত্ৰ জনা" আৰু যীচুত বিশ্বসীসকলক বুজায়।

  • পূৰ্বৰ মণ্ডলীৰ বুৰঞ্জী মতে, ভাল কৰ্ম্মেৰে পৰিচিত হোৱা লোক জনক "সাধু," উপাধি দিয়া হৈছিল, কিন্তু নতুন নিয়মৰ সময়ত এই বিষয়টো কি দৰে ব্যৱহাৰ কৰিছিল কিন্তু এই শব্দটি নতুন নিয়ম-কালীন সময়ে ব্যবহার করা হত না ।
  • যীচুত বিশ্বাসী সকল সাধু বা পবিত্ৰ জনা, কেৱল তেওঁলোকৰ কাৰ্যৰ কাৰণে নহয়, বৰঞ্চ যীচু খ্ৰীষ্টৰ ৰক্ষা কৰা কাৰ্যত বিশ্বাস কৰাৰ কাৰণেহে। তেওঁৱেই তেওঁলোকক পবিত্ৰ কৰিলে।

অনুবাদ পৰামৰ্শ:

  • "সাধু" এই শব্দ "পবিত্ৰ জনা" বা "পবিত্ৰ লোক" বা "যীচুত পবিত্ৰ বিশ্বাসী" বা "পৃথক জন" এইদৰেও অনুবাদ কৰিব পাৰি।
  • সাৱধান হব লাগে যাতে কেৱল খ্ৰীষ্টীয়ান দলৰ ক্ষেত্ৰত এই শব্দ ব্যৱহাৰ হব নালাগে।

(আৰু চাওক: পবিত্ৰ)

বাইবেলত উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2623, H6918, H6922, G40