as_tw/bible/kt/sadducee.md

2.2 KiB

চদ্দুকী, চদ্দুকীসকল

সংজ্ঞা:

যীচু খ্ৰীষ্টৰ সময়ত চদ্দুকী যিহুদী পুৰোহিত সকলৰ এটা ৰাজনৈতিক দল আছিল। তেওঁলোক ৰোমৰ নিয়ম সমৰ্থন কৰিছিল আৰু পুনৰুথ্থানত বিশ্বাস কৰা নাছিল।

  • বহুতো চদ্দুকী সকল ধনী আছিল, আৰু উচ্চ শ্ৰেণীৰ যিহুদী আছিল, মূখ্য বা উচ্চ পুৰোহিতৰ দৰে তেওঁলোকৰ নেতৃত্ব শক্তিশালী আছিল।
  • চদ্দুকী সকল মন্দিৰ তত্বাৱধান আৰু পুৰোহিতৰ দৰে বলিদালন উতসৰ্গৰ কাৰ্য কৰিব লাগিছিল।
  • চদ্দুকী আৰু ফৰীচী সকলে যীচুক ক্ৰুচত দিবলৈ ৰোম নেতা সকলক প্ৰবলভাৱে প্ৰভাবিত কৰিছিল।
  • তেওঁলোকৰ স্বাৰ্থপৰতা আৰু কপটতাৰ কৰাণে যীচুৱে এই দুটা ধৰ্ম্মীয় দলৰ বিৰুদ্ধে কথা কৈছিল।

(আৰু চাওক: মূখ্য পুৰোহিত, পৰিষদ, উচ্চ পুৰোহিত, কপটতা, যিহূদী নেতাসকল, ফৰীচী, পুৰোহিত)

বাইবেলত উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G4523