as_tw/bible/kt/centurion.md

2.0 KiB

সেনাপতি, এশৰ সেনাপতি

সংজ্ঞা:

এজন সেনাপতি হ’ল ৰোমান সেনাবাহিনীৰ বিষয়া, এটা এশজনীয়া সৈন্যৰ দল তেওঁৰ আদেশৰ অধীনত থাকে৷

  • এই শব্দটোৰ সৈতে এনেধৰণৰ অৰ্থও অনুবাদ কৰিব পাৰি যেনে, “এশ মানুহৰ নেতা” বা “সৈনিকৰ নেতা” বা “এশ জনৰ ভাৰপ্ৰাপ্ত বিষয়া৷
  • এজন ৰোমান এশৰ সেনাপতি যীচুৰ ওচৰলৈ আহিছিল তেওঁৰ দাসক সুস্থ কৰিবৰ বাবে৷
  • সেই এশৰ সেনাপতি জন যীচুক ক্ৰুচবিদ্ধ কৰাৰ দায়িত্বত আছিল, যীচুৰ মৃত্যু হোৱাৰ সাক্ষ্য দি তেওঁ আচৰিত হৈছিল৷
  • ঈশ্বৰে এজন এশৰ সেনাপতিক পিতৰৰ ওচৰলৈ পঠিয়াইছিল, তাতে পিতৰে যীচুৰ বিষয়ে ভাল খবৰ তেওঁক বাখ্যা কৰিছিল৷

(পুনৰ চাওক: ৰোম)

বাইবেল নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G1543, G2760