as_tw/bible/kt/anoint.md

4.4 KiB

লেপা, উদ্বৰ্তিত, উদ্বৰ্তন

সজ্ঞা:

" লেপা " শব্দতোৰ অৰ্থ হৈছে এজন মানুহৰ ওপৰত ঘহা বা ঢালা। কেতিয়াবা তেলটো মচলাৰ লগত মিহলা হয় , মিঠা আৰু সুগন্ধি গোন্ধায়। এই আখ্যাটো ৰুপকভাবে পবিএ আত্মালৈ উল্লেখ কৰে কাবাক নিৰ্বাচন আৰু ক্ষমতায়ন কৰি।

  • পুৰণা নিয়মত,পুৰোহিত, ৰজা,আৰু নবীবোৰক তেলেৰে লেপা কৰিছিল বিষেশ সেৱা কাৰণে তেওঁলোকক পৃথক কৰি।
  • বস্তু যেনে বেদি বা পবিএ তাবুৰকো তেলেৰে লেপা কৰা গৈছিল এইটো দেখাবলৈ যে সেইবিলাকক ঈশ্বৰক পুজা আৰু মহিমাৰ কাৰণে ব্যবহাৰ কৰা হব।
  • নতুন নিয়মত,অসুস্থ মানুহক তেলেৰে লেপা কৰে হৈছিল আৰোগ্যৰ কাৰণে।
  • নতুন নিয়মত দুইবাৰ লেখ্য আছে যে যীচুক এজন মহিলাই সুগন্ধি তেলেৰে লেপছিল,পুজাৰ কামত।

এবাৰ যীচুয়ে মন্তব্য দিছিল এইটো কৰাত তাই তেওঁৰ ভৱিস্যৰ সমাধিৰ কাৰণে প্রস্তুত কৰি আছে।

  • যীচুৰ মৃত্যুৰ পিচত,তেওঁৰ বন্ধুবোৰে তেওঁৰ শৰীৰতো সমাধিৰ বাবে তেল আৰু মচলাৰে লেপিছিল।
  • "মশীহ" (ইব্রী) আৰু "খ্রীষ্ট" (গ্রীক) উপাধি অৰ্থ হৈছে "উদ্বৰ্তিত (জন)।"
  • যীচু মশীহ হৈছে মনোনীত আৰু নবী,মহা পুৰোহিত আৰু ৰজা হিচাপে নিৰ্বাচন হোৱা।

অনুবাদ পৰামৰ্শ:

  • প্রসংগৰ ওপৰত নিৰ্ভৰ কৰি, "লেপা" তো "তেল ঢালা" বা "তেল কৰা" বা " সুগন্ধি তেল ঢালি পবিএ কৰা" লৈ অনুবাদ কৰিব পাৰি।
  • "লেপিত হোৱা" তো "তেলেৰে পবিএ হোৱা" বা "নিৰ্বাচন হোৱা" বা "পবিএ হোৱা"লৈও অনুবাদ কৰিব পাৰি।
  • কিছুমান প্রসংগত "লেপা" শব্দতো "নিৰ্বাচন" লৈও অনুবাদ কৰিব পাৰি।
  • "লেপিত পুৰোহিত " বাক্যতো, "পুৰোহিতজন যাক তেলেৰে পবিএ কৰা হৈছিল " বা "পুৰোহিতজন জোনজনক তেল ঢালি পৃথক কৰা গৈছিল " লৈ অনুবাদ কৰিব পাৰি।

(আৰু সাওক: খ্রীষ্ট, পবিএ, মহাপুৰোহিত, ইহুদি সকলৰ ৰজা, পুৰোহিত, নবী)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H47, H430, H1101, H1878, H3323, H4397, H4398, H4473, H4886, H4888, H4899, H5480, H8136, G32, G218, G743, G1472, G2025, G3462, G5545, G5548