as_obs-tq/content/49/17.md

831 B

খ্ৰীষ্টিয়ান সকল এতিয়াও পাপৰ প্ৰলেভনত পৰে লে?

হয়।

যেতিয়া খ্ৰীষ্টিয়ান সকলে পাপ কৰে তেতিয়া কি কৰা উচিত?

তেওঁলোকে ঈশ্বৰৰ আগত ক্ষমা বিচাৰিব লাগে।

যেতিয়া আমি আমাৰ পাপবোৰ ক্ষমা বিচাৰিম তেতিয়া ঈশ্বৰে আমাক কি দিব বুলি প্ৰতিজ্ঞা কৰিছে?

তেওঁ আমাক ক্ষমা দিম বুলি প্ৰতিজ্ঞা কৰিছে, আৰু পাপৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ শক্তি দিব।