as_obs-tq/content/44/05.md

927 B

যীশুখ্ৰীষ্টক হত্যা কৰিম বুলি পিতৰক কোনে কৈছিল?

তেওঁ মানুহৰ এটা জুমে ৰোমান শাসকক যীশুখ্ৰীষ্টক হত্যা কৰিব বাবে কৈছিল?

যিশুখ্ৰীষ্টক হত্যা কৰা পিছত লোকসমূহে কি ভৱিষ্য বাণী পূৰণ কৰিলে?

ভাৱবাণী যি আমাৰ উদ্ধাৰকৰ্তা কষ্ট পাই মৃত্যু হৈছিল।

সিহঁত কৰাটো প্ৰয়োজয় বুলি পিতৰে মানুহবিলকক কৈ কৈছিল?

মন পালটন কৰি ঈশ্বৰলৈ ঘূৰি অহা, যাতে সিহঁতৰ পাপবোৰ ধুই মোচন হয়।