as_obs-tq/content/43/13.md

492 B

শিষ্যসকলে কি কৰি সিহঁতৰ সময় পাৰ কৰিছিল?

পাঁচনি সকলৰ শিক্ষা শুনি, একেলগে সময় পাৰ কৰিছিল, একেলগত খাইছিল, ইজনে সিজনক লগত প্রার্থনা কৰিছিল, ঈশ্বৰৰ প্ৰশংসা একেলগত কৰিছিল, সকলো কথাৰ ভাগ লৈছিল।