as_obs-tq/content/43/02.md

8 lines
834 B
Markdown

# যিহুদিসকলে কেতিয়া পঞ্চাছদিনীয়া দিন উদযাপন কৰিছিল?
প্ৰত্যেক বছৰত, নিস্তাৰ পৰ্বৰ ৫০ দিনৰ পিছত।
# যীশুখ্ৰীষ্ট মৃত্যুৰ পৰা জীয়াই উঠাৰ পিছত পঞ্চাছদিনীয়া পৰ্বত বিশ্বাসী বিলাকৰ কি হৈছিল?
তাত অতিশয় বেগেৰে এটা বতাহ আহিল, জুইৰ শিখা দৰে এটা বস্তু সিহঁতৰ মূৰৰ ওপৰত ৰল, আৰু সিহঁত পবিত্ৰ আত্মাৰে পূৰ্ণ হৈ পৰভাষাৰে কথা কব ধৰিলে।