as_obs-tq/content/42/11.md

774 B
Raw Permalink Blame History

যীশুখ্ৰীষ্টই কিয় শিষ্যবিলাকক জেৰুচালেমত ৰৈ থাকিব কৈছিল?

যেতিয়া লৈকে পিতৃয়ে তেওঁবিলাকক পবিত্ৰ আত্মা নিদিয়ে তেতিয়া লৈকে ৰৈ থাকিব কৈছিল।

পুনৰুউত্থান পিছত যীশুখ্ৰীষ্ট দিন কত গৈছিল?

তেওঁ স্বৰ্গলৈ উঠি গৈছিল।

যীশুখ্ৰীষ্ট এতিয়া কি কৰি আছে?

পিতৃ ঈশ্বৰৰ সো হাতে বহি সকলোৰ ওচৰত ৰাজত্ব কৰি আছে।