as_obs-tq/content/42/10.md

4 lines
528 B
Markdown

# যীশুখ্ৰীষ্টই তেওঁৰ শিষ্যবিলাকক কি কৰিবলৈ আজ্ঞা দিছিল?
তেওঁ সিহঁতক কলে,'সকলো জাতিকে শিষ্য কৰি পিতা,পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে বাপ্তইজিত কৰা, আৰু মই যি যি শিক্ষা দিলোঁ সেই সকলো পালন কৰিবলৈ শিকোৱা।