as_obs-tq/content/42/05.md

461 B

যীশুখ্ৰীষ্ট তাৰ পৰা গুছি যোৱা পিছত শিষ্য দুজনে কি কৰিছিল?

সিহঁত জেৰুচালেমলৈ ঘূৰি গৈছিল আৰু বাকী শিষ্য সকলক লগ কৰি কৈছিল যে যীশুখ্ৰীষ্ট জীয়াই উঠিল আমি নিজে তাক লগ পাই আহিছোঁ।