as_obs-tq/content/40/09.md

478 B

যীশুখ্ৰীষ্টৰ দেহ বিচাৰি পিলাতৰ ওচৰলৈ কোন গৈছিল?

যোচেফ আৰু নিকদিমাছ।

সিহঁত দেহ লৈ কি কৰিছিল?

সিহঁত কাপোৰেৰে মেৰিয়াই শিল কাটি থোৱা কবৰত থৈছিল,আৰু এচটা ডাঙৰ শিল সন্মুখত লগাই দিছিল।